লামডিঙৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
হোজাই, ২১ জুন (হি.স.)। আকৌ লামডিংৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন চিমেন্ট ভৰ্তি এল পি গাড়ী দুৰ্ঘটনাত পতিত হয়। জানিব পৰা অনুসৰি লামডিং - লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনাটি সংঘটিত হয়। জানিব পৰা অনুসৰি লং
লামডিঙৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা


হোজাই, ২১ জুন (হি.স.)। আকৌ লামডিংৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।

এখন চিমেন্ট ভৰ্তি এল পি গাড়ী দুৰ্ঘটনাত পতিত হয়।

জানিব পৰা অনুসৰি

লামডিং - লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনাটি সংঘটিত হয়।

জানিব পৰা অনুসৰি

লংকাৰ পৰা লামডিং অভিমুখী আহি থকাৰ সময়ত এখন চিমেন্ট ভৰ্তি এল পি গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দাই যাৰ ফলত চালক জনে আঘাতপ্ৰাপ্ত হয়।

দুৰ্ঘটনাত পতিত গাড়ীখনৰ নম্বৰ এ এছ ০২ ডি চি ৮১০৬ বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande