মৰিগাঁও আৰক্ষীৰ অভিযানত বিভিন্ন বিদ্যালয়ৰ পৰা চুৰি হোৱা সামগ্ৰী উদ্ধাৰ,এজন গ্ৰেপ্তাৰ
মৰিগাঁও, ২০ জুন (হি.স)। মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা। বিভিন্ন বিদ্যালয়ৰ পৰা চুৰি হোৱা সামগ্ৰী উদ্ধাৰ। মৰিগাঁও জিলাৰ বিভিন্ন স্থানত যোৱা কালি দিনৰ পৰা নিশালৈ চলোৱা এক অভিযানত বিভিন্ন চুৰি সামগ্ৰী উদ্ধাৰ। চুৰি হোৱা বিদ্যালয় সমূহৰ অধ্যক্ষ গৰাকীৰ এজাহা
মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা


মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা


মৰিগাঁও, ২০ জুন (হি.স)। মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা। বিভিন্ন বিদ্যালয়ৰ পৰা চুৰি হোৱা সামগ্ৰী উদ্ধাৰ। মৰিগাঁও জিলাৰ বিভিন্ন স্থানত যোৱা কালি দিনৰ পৰা নিশালৈ চলোৱা এক অভিযানত বিভিন্ন চুৰি সামগ্ৰী উদ্ধাৰ। চুৰি হোৱা বিদ্যালয় সমূহৰ অধ্যক্ষ গৰাকীৰ এজাহাৰ ভিত্তিত

মৰিগাঁও আৰক্ষীয়ে চুৰি সামগ্ৰী সমূহৰ লগতে চুৰি কাৰ্যৰ সৈতে জড়িত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিৱলৈ সক্ষম হয়।

গ্ৰেপ্তাৰ হোৱা লোকজনৰ নাম আনাৰুল ইছলাম বুলি জানিৱ পৰা গৈছে। চুৰি কাৰ্যৰ সৈতে জড়িত কেইবাজনো বৰ্তমানলৈ পলাতক অৱস্থাত আছে যদিও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

সমগ্ৰ ঘটনা সন্দৰ্ভত মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কংকন কুমাৰ নাথে এক সংবাদমেলৰ জৰিয়তে অবগত কৰে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande