জামুগুৰিহাটৰ টৌভঙাতগো ধন চুৰি
তিনিচুকীয়া, ২০ জুন (হি.স.)। জামুগুৰিহাটৰ টৌভঙাত নিশা চুৰিকাণ্ড। অনন্ত শিৱাকোটি নামৰ ব্যক্তিজনৰ ঘৰৰ গোহালীৰ পৰা চোৰে নিশা চুৰিকৰি নিয়ে দুজনীকৈ গৰু। ইতিমধ্যেই গৃহস্থই এই সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।আৰক্ষীয়ে এই এজাহাৰৰ ভি
জামুগুৰিহাটৰ টৌভঙাতগো ধন চুৰি


তিনিচুকীয়া, ২০ জুন (হি.স.)। জামুগুৰিহাটৰ টৌভঙাত নিশা চুৰিকাণ্ড।

অনন্ত শিৱাকোটি নামৰ ব্যক্তিজনৰ ঘৰৰ গোহালীৰ পৰা চোৰে নিশা চুৰিকৰি নিয়ে দুজনীকৈ গৰু।

ইতিমধ্যেই গৃহস্থই এই সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।আৰক্ষীয়ে এই এজাহাৰৰ ভিত্তিত গো ধনক বিচাৰি তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande