মক্কাৰ পৰা উভতিল মৌলানা বদৰুদ্দিন আজমল,২২ জুনত শপতগ্ৰহণ
নগাঁও, ২১ জুন (হি.স.)। মক্কাৰ পৰা উভতিল মৌলানা বদৰুদ্দিন আজমল। ২২ তাৰিখে ল''ব শপত। অখিল গগৈক পাগল আখ্যা আজমলৰ। মক্কাৰ পৰা হজ সম্পন্ন কৰি অসমলৈ উভতিল এ আই ইউ ডিএফ ৰ মুৰব্বী তথা বিন্নাকান্দিৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমল। আজি বিন্নাকান্দি সমষ্টিৰ
মক্কাৰ পৰা উভতিল মৌলানা বদৰুদ্দিন আজমল,২২ জুনত শপতগ্ৰহণ


নগাঁও, ২১ জুন (হি.স.)। মক্কাৰ পৰা উভতিল মৌলানা বদৰুদ্দিন আজমল। ২২ তাৰিখে ল'ব শপত। অখিল গগৈক পাগল আখ্যা আজমলৰ।

মক্কাৰ পৰা হজ সম্পন্ন কৰি অসমলৈ উভতিল এ আই ইউ ডিএফ ৰ মুৰব্বী তথা বিন্নাকান্দিৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমল। আজি বিন্নাকান্দি সমষ্টিৰ ডবকাত উপস্থিত হৈ সাংবাদিকৰে মুখামুখি হৈ কেইবাটাও মন্তব্য কৰে আজমলে।

শপত গ্ৰহণ সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া আজমলৰ।

অখিল গগৈক পাগলৰ সৈতে তুলনা বদৰুদ্দিন আজমলৰ। ২২ তাৰিখত শপত গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে আজমলে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande