মৰিগাঁও জিলাৰ ভূৰাগাঁৱত অনুষ্ঠিত জনকল্যাণ শিবিৰ
মৰিগাঁও,২০ জুন (হি.স.)। কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ ১২ বছৰ পূৰ্ণ হোৱা উপলক্ষে মৰিগাঁও জিলাৰ ভূৰাগাঁৱত জনকল্যাণ শিবিৰ অনুষ্ঠিত হয়। আজি ভূৰাগাঁও উন্নয়ন খণ্ড কাৰ্যালয়ে ৰাজীৱ গান্ধী খেল পথাৰত অনুষ্ঠিত জনকল্যাণ শিবিৰত উপস্থিত থাকে মৰিগাঁও জিলা বিজেপ
মৰিগাঁও জিলাৰ ভূৰাগাঁৱত অনুষ্ঠিত জনকল্যাণ শিবিৰ


মৰিগাঁও,২০ জুন (হি.স.)। কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ ১২ বছৰ পূৰ্ণ হোৱা উপলক্ষে মৰিগাঁও জিলাৰ ভূৰাগাঁৱত জনকল্যাণ শিবিৰ অনুষ্ঠিত হয়। আজি ভূৰাগাঁও উন্নয়ন খণ্ড কাৰ্যালয়ে ৰাজীৱ গান্ধী খেল পথাৰত অনুষ্ঠিত জনকল্যাণ শিবিৰত উপস্থিত থাকে মৰিগাঁও জিলা বিজেপিৰ সভাপতি ৰাম প্ৰসাদ সৰকাৰ, সম্পাদক নিৰ্মল কোঁৱৰ, লাহৰীঘাট সমজিলাৰ আয়ুক্ত শিল্পীকা কলিতা, ভূৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মৃদুল নাথ আৰু ভূৰাগাঁও উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মনি দেৱী উপস্থিত থাকে।

সভাত নৰেন্দ্ৰ মোদী চৰকাৰৰ ১২ বছৰীয়া শাসনত উন্নয়ন মূলক আচঁনি সমূহ প্ৰদৰ্শন কৰা হয়। সভাত উপস্থিত কেইবা শতাধিক ৰাইজক উদ্দেশ্যে উন্নয়ন মূলক আচঁনিৰ ওপৰত ভাষণ প্ৰদান কৰে জিলা সভাপতি ৰাম প্ৰসাদ সৰকাৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande