যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কুণ্ডিল সেনা অসমৰ'
যোৰহাট, ০২ জুন (হি.স.)। ভূমিপুত্ৰ চুতীয়া ৰাইজক চূড়ান্ত প্ৰতাৰণা চুতীয়া উন্নয়ণ পৰিষদৰ। যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কুণ্ডিল সেনা অসমৰ''। অসম চৰকাৰে চুতীয়া সকলৰ সৰ্বাংগীণ উত্তৰণৰ বাবে চুতীয়া উন্নয়ণ পৰিষদক প্ৰদা
যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কুণ্ডিল সেনা অসমৰ'


যোৰহাট, ০২ জুন (হি.স.)। ভূমিপুত্ৰ চুতীয়া ৰাইজক চূড়ান্ত প্ৰতাৰণা চুতীয়া উন্নয়ণ পৰিষদৰ। যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কুণ্ডিল সেনা অসমৰ'।

অসম চৰকাৰে চুতীয়া সকলৰ সৰ্বাংগীণ উত্তৰণৰ বাবে চুতীয়া উন্নয়ণ পৰিষদক প্ৰদান কৰা ১২৫ কোটী টকাৰ ব্যাগোম দুৰ্নীতিৰ অভিযোগ উৎথাপন কুণ্ডিল সেনা অসমৰ।এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিৰ্বাৰক শাখাৰ তদন্তৰ দাবীত আজি যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে কুণ্ডিল সেনা অসমে।ভূমিপুত্ৰ চুতীয়া ৰাইজক চুতীয়া উন্নয়ণ পৰিষদে চুড়ান্ত প্ৰতাৰণা কৰাৰ বিৰুদ্ধে কুণ্ডিল সেনা অসমে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ তদন্তৰ দাবী জনায়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande