
শিৱসাগৰ, ১৯ জুন (হি.স.)। শিৱসাগৰত অ এন জি চিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জনগোষ্ঠীয় সংগঠন।
সদৌ তাই আহোম ছাত্র সন্থাৰ উদ্যোগত অ এন জি চিৰ অসম বিৰোধী নীতিৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট।
অ এন জি চিৰ কাৰ্যালয় স্থানান্তৰ কৰাৰ বিৰোধিতা। অ এন জি চি ব্যক্তিগত কৰণৰ চক্ৰান্তৰ বিৰোধিতা।
এশ শতাংশ থলুৱাক নিযুক্তি দিয়াকে আদি কৰি বহু কেইটা গুৰুত্বপূৰ্ণ দাবীৰে প্ৰতিবাদ সাব্যস্ত শিৱসাগৰ নগৰত জনগোষ্ঠীয় সংগঠনটোৰ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু