ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে যোৰহাট কংগ্ৰেছ ভৱনত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ
যোৰহাট, ১৯ জুন (হি.স.)। ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে যোৰহাট কংগ্ৰেছ ভৱনত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ/১৯ টা ৱাৰ্ড আৰু ২৬ টা বুথক সামৰি অনুষ্ঠিত হয় চকু পৰীক্ষা শিবিৰ। যোৰহাট জিলা কংগ্ৰেছ ভৱনত অনুষ্ঠিত হয় বিনামূলীয়া এক চকু পৰীক্ষা শিবিৰ।যোৰহাট ক
ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে যোৰহাট কংগ্ৰেছ ভৱনত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ


যোৰহাট, ১৯ জুন (হি.স.)। ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে যোৰহাট কংগ্ৰেছ ভৱনত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ/১৯ টা ৱাৰ্ড আৰু ২৬ টা বুথক সামৰি অনুষ্ঠিত হয় চকু পৰীক্ষা শিবিৰ।

যোৰহাট জিলা কংগ্ৰেছ ভৱনত অনুষ্ঠিত হয় বিনামূলীয়া এক চকু পৰীক্ষা শিবিৰ।যোৰহাট কংগ্ৰেছ ভৱনৰ লগতে ১৯ টা ৱাৰ্ড আৰু ২৬ টা বুথত অনুষ্ঠিত হয় বিনামূলীয়া চকু পৰীক্ষা শিবিৰ।

এই সন্দৰ্ভত সবিশেষ উল্লেখ কৰিলে নগৰ ব্লক কংগ্ৰেছৰ সভাপতি জয়ন্ত বৰুৱাই। আনহাতে কালিলৈ ৰাভা দিৱস উপলক্ষে অনুষ্ঠিত হব ৰাভা সংগীত প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতা।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande