হাৰমতীত বৃহৎ পৰিমানৰ গো-ধন জব্দ
লখিমপুৰ, ১৯ জুন (হি.স.)। হাৰমতীত পূৱতি নিশা বৃহৎ পৰিমানৰ গো-ধন জব্দ। আজি পূৱতি নিশা তিনি খনকৈ গাড়ীত অৰুণাচল প্ৰদেশলৈ সৰবৰাহ কৰিবলৈ অনা ত্ৰিশটা গো-ধন উদ্ধাৰ কৰে হাৰমতী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপম চেতিয়াৰ তত্বাধধানত চলা অভিযানত। এই বৃহৎ পৰিমা
হাৰমতীত বৃহৎ পৰিমানৰ গো-ধন জব্দ


লখিমপুৰ, ১৯ জুন (হি.স.)। হাৰমতীত পূৱতি নিশা বৃহৎ পৰিমানৰ গো-ধন জব্দ।

আজি পূৱতি নিশা তিনি খনকৈ গাড়ীত অৰুণাচল প্ৰদেশলৈ সৰবৰাহ কৰিবলৈ অনা ত্ৰিশটা গো-ধন উদ্ধাৰ কৰে হাৰমতী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপম চেতিয়াৰ তত্বাধধানত চলা অভিযানত। এই বৃহৎ পৰিমানৰ গো-ধন সৰবৰাহৰ লগত আন্তৰাজ্যিক গো-ধন চক্ৰ জড়িত থকাৰ বিষয়ে প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande