নিউ বঙাইগাঁৱত ২০ লক্ষাধিক টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ
বঙাইগাঁও, ১৭ জুন (হি.স.)। নিউ বঙাইগাঁৱত ২০ লক্ষাধিক টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ । ২২৫০৫ নম্বৰ নামনিমুৱা বিবেক এক্সপ্ৰেছৰ পৰা জব্দ চাৰিহাজাৰটা নিচাযুক্ত টেবলেট। গুজলুৰ ৰহমান নামৰ সৰবৰাহকাৰীটোক আটক জি আৰ পি এফৰ। গুজলুৰ ৰহমানে গুৱাহাটীৰ জনৈক চৈয়দৰ
নিউ বঙাইগাঁৱত ২০ লক্ষাধিক টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ


বঙাইগাঁও, ১৭ জুন (হি.স.)। নিউ বঙাইগাঁৱত ২০ লক্ষাধিক টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ । ২২৫০৫ নম্বৰ নামনিমুৱা বিবেক এক্সপ্ৰেছৰ পৰা জব্দ চাৰিহাজাৰটা নিচাযুক্ত টেবলেট।

গুজলুৰ ৰহমান নামৰ সৰবৰাহকাৰীটোক আটক জি আৰ পি এফৰ। গুজলুৰ ৰহমানে গুৱাহাটীৰ জনৈক চৈয়দৰ পৰা টেবলেটখিনি সংগ্ৰহ কৰি বিবেক এক্সপ্ৰেছযোগে মুৰ্চিদাবাদ লৈ যাত্ৰা কৰিছিল যদিও নিউ বঙাইগাঁও জংচনত জি আৰ পি এফৰ জালত পৰে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে গুজলুৰ ৰহমানক।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande