ৰঙিয়া আৰক্ষীৰ জালত দুই গভাইত চোৰ,আৰক্ষীয়ে চোৰ দুটাৰ পৰা জব্দ কৰে এটা পানীৰ পাম্প
কামৰূপ, ১৭ জুন (হি.স.)। ৰঙিয়া আৰক্ষীৰ জালত পৰিছে দুই গভাইত চোৰ । আৰক্ষীয়ে চোৰ দুটাৰ পৰা জব্দ কৰে এটা পানীৰ পাম্প । ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই ৰঙিয়া সমিপৰ গৰিয়াকোঠৰ পৰা আটক কৰে দুই চোৰক । আটকাধীন দুই চোৰ দুটা ক্ৰমে যুৱৰাজ ডেকা আৰু অলকেশ দাস । আৰ
ৰঙিয়া আৰক্ষীৰ জালত দুই গভাইত চোৰ,আৰক্ষীয়ে চোৰ দুটাৰ পৰা জব্দ কৰে এটা পানীৰ পাম্প


কামৰূপ, ১৭ জুন (হি.স.)। ৰঙিয়া আৰক্ষীৰ জালত পৰিছে দুই গভাইত চোৰ ।

আৰক্ষীয়ে চোৰ দুটাৰ পৰা জব্দ কৰে এটা পানীৰ পাম্প ।

ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই ৰঙিয়া সমিপৰ গৰিয়াকোঠৰ পৰা আটক কৰে দুই চোৰক ।

আটকাধীন দুই চোৰ দুটা ক্ৰমে যুৱৰাজ ডেকা আৰু অলকেশ দাস ।

আৰক্ষীয়ে দুই চোৰক সোধপোছৰ অন্তত দুই চোৰক জেললৈ প্ৰেৰণ কৰে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande