তামাৰহাটৰ নতুন বজাৰত পথ দুৰ্ঘটনা, চাৰিজন আহত
ধুবুৰী, ১৭ জুন (হি.স.)। তামাৰহাটৰ নতুন বজাৰত পথ দুৰ্ঘটনা । বেটাৰী চালিত অটো চাৰিজনকৈ যাত্ৰী গুৰুতৰ আহত । ১২৭(বি) ৰাষ্ট্ৰীয় ঘাইপথত থকা গৰুৰে সৈতে খুন্দা যাত্ৰীবাহি অটো খনৰ । ফলত পথত বাগৰি পৰে যাত্ৰীবাহি অটোখন । আহত : সাহেৰা ভানু, নুৰজাহান বেওয
তামাৰহাটৰ নতুন বজাৰত পথ দুৰ্ঘটনা, চাৰিজন আহত


ধুবুৰী, ১৭ জুন (হি.স.)। তামাৰহাটৰ নতুন বজাৰত পথ দুৰ্ঘটনা । বেটাৰী চালিত অটো চাৰিজনকৈ যাত্ৰী গুৰুতৰ আহত । ১২৭(বি) ৰাষ্ট্ৰীয় ঘাইপথত থকা গৰুৰে সৈতে খুন্দা যাত্ৰীবাহি অটো খনৰ ।

ফলত পথত বাগৰি পৰে যাত্ৰীবাহি অটোখন । আহত : সাহেৰা ভানু, নুৰজাহান বেওয়া, আংকিতা খাতুন আৰু জাহিৰুল ইছলাম । ধৰ্মশালাৰ পৰা হাতীধুৰালৈ গৈ আছিল বাহন খন । আহত সকল তামাৰহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাধীন । আহত সকলৰ ঘৰ ধুবুৰীৰ ধৰ্মশালাত ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande