বিভিন্ন কাৰ্যসূচীৰে মাজুলীত উপস্থিত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা
মাজুলী, ১৭ জুন (হি.স.)। বিভিন্ন কাৰ্যসূচীৰে মাজুলীত উপস্থিত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ।প্ৰধানমন্ত্ৰী ৰূপে নৰেন্দ্ৰ মোডীয়ে ৪৪০৬ দিন অতিক্ৰম কৰাত মাজুলীৰ কেইবাগৰাকী ব্যক্তিৰ সৈতে মত বিনিময়ৰ লগতে সত্ৰ আৰু সাংসদ পুজিৰে নিৰ্মাণ কৰা আঁচনি পৰিদৰ্শন কৰিব ।

মোদীৰ ১২ বছৰীয়া শাসন কালৰ সফলতা আৰু জনকল্যাণ বিষয়ক গড়মূৰৰ বংশীগোপাল নাট্য মন্দিৰত অনুষ্ঠিত এক সভাতো অংশগ্রহণ কৰিব ।যোৰহাট সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে মাজুলীৰ ব্যাপক খহনীয়া হৈ থকা স্বত্বেও কোনো খৱৰ নকৰা সন্দৰ্ভত মন্তব্য মাৰ্ঘেৰিটাৰ ।ব্ৰিটিছ সংসদত আজি আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেব গোস্বামীয়ে ভাষণ প্ৰদানৰ এই ক্ষণ ঐতিহাসিক আৰু গৌৰৱৰ কথা বুলি মন্তব্য কৰি সত্ৰাধিকাৰ গৰাকীক মাজুলীৰ পৰাই শুভেচ্ছা জ্ঞাপন কৰে ।মাজুলীক বিশ্ব ঐতিহ্যক্ষেত্ৰ প্ৰদানৰ স্বীকৃতি লাভ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যিমান খিনি কৰিব লগীয়া হ'য় সেই খিনি কৰা হ'ব বুলি মন্তব্য সাংসদ গৰাকীৰ ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ

 rajesh pande