প্ৰধানমন্ত্ৰীৰ ১২ বছৰীয়া বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ প্ৰগতি পথ যাত্ৰা
বিশ্বনাথ, ১৭ জুন (হি.স.)। প্ৰধানমন্ত্ৰীৰ ১২ বছৰীয়া বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ প্ৰগতি পথ যাত্ৰা। প্ৰধানমন্ত্ৰীৰ ১২ বছৰীয়া বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ প্ৰগতি পথ যাত্ৰা শীৰ্ষক অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি বিশ্বনাথ জিলাৰ নৱনিৰ্মিত মেডিকেল কলেজ
প্ৰধানমন্ত্ৰীৰ ১২ বছৰীয়া বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ প্ৰগতি পথ যাত্ৰা


বিশ্বনাথ, ১৭ জুন (হি.স.)। প্ৰধানমন্ত্ৰীৰ ১২ বছৰীয়া বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ প্ৰগতি পথ যাত্ৰা। প্ৰধানমন্ত্ৰীৰ ১২ বছৰীয়া বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ প্ৰগতি পথ যাত্ৰা শীৰ্ষক অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি বিশ্বনাথ জিলাৰ নৱনিৰ্মিত মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন কৰে বিধায়ক পল্লৱ লোচন দাসে ।

চিকিৎসা মহাবিদ্যালয়খনৰ কাম প্ৰায় ৯৬ শতাংশ সম্পূৰ্ণ হৈছে আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অতি সোনকালে মুকলি কৰিব বুলি জানিব দিয়ে । পৰিদৰ্শন কালত বিধায়ক গৰাকীক সংগ দিয়ে জিলা বিজেপিৰ সভাপতি অসীম দাস, পৌৰপতি অমৰজ্যোতি বৰঠাকুৰসহ প্ৰায় ২ শতাধিক দলীয় নেতা কৰ্মীয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande