যান বাহন আইন নমনা লোকক বুজাবলৈ হোজাইৰ ৰাজপথত ছাত্ৰ ছাত্ৰী
হোজাই, ১৭ জুন (হি.স.)। যান বাহন আইন নমনা লোকক বুজাবলৈ ৰাজপথত ছাত্ৰ ছাত্ৰী। হোজাই জিলাত বৃদ্ধি পাইছে পথ দুৰ্ঘটনা যান বাহন আইন নমনাৰ বাবে সংঘটিত হয় অধিকাংশ পথ দুৰ্ঘটনা যান বাহন আইন নমনা লোকক বুজাবলৈ ৰাজপথত নামিল স্কুলীয়া ছাত্ৰ ছাত্ৰী। মোৰাঝাৰ
যান বাহন আইন নমনা লোকক বুজাবলৈ হোজাইৰ ৰাজপথত ছাত্ৰ ছাত্ৰী


হোজাই, ১৭ জুন (হি.স.)। যান বাহন আইন নমনা লোকক বুজাবলৈ ৰাজপথত ছাত্ৰ ছাত্ৰী।

হোজাই জিলাত বৃদ্ধি পাইছে পথ দুৰ্ঘটনা

যান বাহন আইন নমনাৰ বাবে সংঘটিত হয় অধিকাংশ পথ দুৰ্ঘটনা

যান বাহন আইন নমনা লোকক বুজাবলৈ ৰাজপথত নামিল স্কুলীয়া ছাত্ৰ ছাত্ৰী।

মোৰাঝাৰ জাতীয় একাডেমীৰ ছাত্ৰ ছাত্ৰীয়ে হাতে হাতে প্লেকাৰ্ড লৈ ওলাই আহিল ৰাজপথলৈ

হেলমেট পৰিধান নকৰা লোকৰ বাহন ৰখাই বুজনি এইসকল শিক্ষাৰ্থীৰ

ফুল, আৰু চকলেট দি বুজনি দিয়াৰ চেষ্টা শিক্ষাৰ্থীসকলৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande