
হাইলাকান্দি, ১৭ জুন (হি.স.)। হাইলাকান্দি উদ্ধাৰ ১০ জন শিশু শ্ৰমিক। জিলা তাক্স ফোৰ্চৰ অভিযানত উদ্ধাৰ এই ১০ জন শিশু শ্ৰমিক। জিলা টাস্ক ফোৰ্চ আৰু শিশু সুৰক্ষা বিভাগৰ অভিযানত উদ্ধাৰ শিশু শ্ৰমিক কেইজন।
হাইলাকান্দি চহৰত বহু দিনৰ পৰা অভিযোগ আহিছিল যে চহৰৰ কেইবাতা দোকানত শিশু শ্ৰ্মিক ব্যবহাৰ কৰিয়াছে আৰু এই অভিযোগৰ ভিত্তিত হাইলাকান্দি জিলা শিশু সুৰক্ষা বিভাগ আৰু তাক্স ফোৰ্চ কমিটিয়ে এক অভিযান চলাই আৰু অভিযানত প্ৰায় ১০ জন শিশু শ্ৰমিক উদ্ধাৰ কৰি লৈ আহে জিলা শিশু সুৰক্ষাৰ কাৰ্যালয়লৈ। ইতিমধ্যে এই কেইজন শিশুক চিলড্ৰেন হোমত পঠাইছে হাইলাকান্দি শিশু সুৰক্ষা কমিটিয়ে।শিশু আমাৰ বাবে পৰবৰ্তী ভবিষ্যত শিশুক কামত নহয় শিশুক পড়াশুনা কৰাই ভাল মানুহ বনাইক।শিশু শ্ৰমিক ব্যবহাৰ কৰা প্ৰ্তিটি দোকানৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণ কৰা হব বুলি জনাইছে জিলা শিশু সুৰক্ষা বিভাগৰ আধিকাৰিকে।আগন্ত দিনক আৰু অভিযান চলিব বুলি জনাইছে হাইলাকান্দি শিশু সুৰক্ষা আধিকাৰিকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ