পৰ্বতঝোৰাত বন বিভাগৰ অভিযানত অবৈধ ভাবে বালি, মাটি সৰবৰাহ কৰা পাঁচখন বাহন জব্দ
কোকৰাঝাৰ, ১৩ জুন (হি.স.)। পৰ্বতঝোৰাত নিশা বন বিভাগৰ বৃহৎ অভিযান। খোৰাঘাট বনাঞ্চলিক বিষয়াৰ নেতৃত্বত অভিযান চলাই ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৫ খনকৈ বাহন জব্দ। বাহন কেইখনে অবৈধ ভাৱে চৰকাৰী কৰ ফাঁকিৰে বালি আৰু মাটি সৰবৰাহ কৰিবলৈ লওঁতে বাহন কেইজন জব্দ কৰে
পৰ্বতঝোৰাত বন বিভাগৰ অভিযানত অবৈধ ভাবে বালি, মাটি সৰবৰাহ কৰা পাঁচখন বাহন জব্দ


কোকৰাঝাৰ, ১৩ জুন (হি.স.)।

পৰ্বতঝোৰাত নিশা বন বিভাগৰ বৃহৎ অভিযান।

খোৰাঘাট বনাঞ্চলিক বিষয়াৰ নেতৃত্বত অভিযান চলাই ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৫ খনকৈ বাহন জব্দ।

বাহন কেইখনে অবৈধ ভাৱে চৰকাৰী কৰ ফাঁকিৰে বালি আৰু মাটি সৰবৰাহ কৰিবলৈ লওঁতে বাহন কেইজন জব্দ কৰে বন বিভাগে।

অবৈধ তিনিখনকৈ বালি ভৰ্তি ডাম্পাৰ,এখন বলেৰো পিকআপ আৰু মাটি ভৰ্তি এখন ডাম্পাৰৰ জব্দ কৰে ।

জব্দকৃত বাহন কেই খনৰ নম্বৰ হ'ল

এনএল ০১ এ কে-৬৮৭০,

এএছ ২৬চি ১৪৩৯ ,এএছ ১৬ চি ৬৯৪৬ , এএছ ২৫চিচি ৭৪৭৭ , এএছ ১৯ এচি ১৯৯৬

বন বিভাগে বাহন কেইখন জব্দ কৰি তদন্ত আৰম্ভ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande