যোৰহাটত ভয়ংকৰ বিমান দুর্ঘটনা, বিস্ফোৰণ বায়ুসেনাৰ এ এন-৩২ বিমানখন
যোৰহাট, ১৩ জুন (হি.স.)। যোৰহাটত ভয়ংকৰ বিমান দুর্ঘটনা l বিস্ফোৰণ বায়ুসেনাৰ এ এন-৩২ বিমানখন। যোৰহাটৰ ৰৰৈয়া বায়ুসেনা বাহিনীৰ ঘাটিত এই অঘটন সংঘটিত হৈছে। জানিব পৰা মতে অৱতৰণৰ পাছতেই বিস্ফোৰণ বায়ুসেনাৰ এ এন-৩২ বিমানখন। বিমানখনৰ পাইলটৰ মৃত্যুৰ আশং
যোৰহাটত ভয়ংকৰ বিমান দুর্ঘটনা l বিস্ফোৰণ বায়ুসেনাৰ AN-32 বিমানখন।


যোৰহাট, ১৩ জুন (হি.স.)। যোৰহাটত ভয়ংকৰ বিমান দুর্ঘটনা l বিস্ফোৰণ বায়ুসেনাৰ এ এন-৩২ বিমানখন।

যোৰহাটৰ ৰৰৈয়া বায়ুসেনা বাহিনীৰ ঘাটিত এই অঘটন সংঘটিত হৈছে।

জানিব পৰা মতে অৱতৰণৰ পাছতেই বিস্ফোৰণ বায়ুসেনাৰ এ এন-৩২ বিমানখন।

বিমানখনৰ পাইলটৰ মৃত্যুৰ আশংকা l

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande