ডিমৰীয়াৰ মালয়বাৰীৰ কৃষি পথাৰত মন্ত্ৰী পীযুষ হাজৰিকা
গুৱাহাটী, ১২ জুন (হি.স.)। মন্ত্ৰীত্ব লাভ কৰিয়েই ক্ষেত্ৰ পৰ্যৱেক্ষণত নামিল মন্ত্ৰী পীযুষ হাজৰিকা। ডিমৰীয়াৰ মালয়বাৰীৰ কৃষি পথাৰত মন্ত্ৰী পীযুষ হাজৰিকা। স্থানীয় বিধায়ক ড০ তপন দাসৰ সৈতে নিজে পথাৰত নামি কৃষকৰ সৈতে কৰিলে মত বিনিময়। জলসিঞ্চন
মন্ত্ৰীত্ব লাভ কৰিয়েই ক্ষেত্ৰ পৰ্যৱেক্ষণত নামিল মন্ত্ৰী পীযুষ হাজৰিকা


মন্ত্ৰীত্ব লাভ কৰিয়েই ক্ষেত্ৰ পৰ্যৱেক্ষণত নামিল মন্ত্ৰী পীযুষ হাজৰিকা


গুৱাহাটী, ১২ জুন (হি.স.)। মন্ত্ৰীত্ব লাভ কৰিয়েই ক্ষেত্ৰ পৰ্যৱেক্ষণত নামিল মন্ত্ৰী পীযুষ হাজৰিকা।

ডিমৰীয়াৰ মালয়বাৰীৰ কৃষি পথাৰত মন্ত্ৰী পীযুষ হাজৰিকা।

স্থানীয় বিধায়ক ড০ তপন দাসৰ সৈতে নিজে পথাৰত নামি কৃষকৰ সৈতে কৰিলে মত বিনিময়।

জলসিঞ্চন বিভাগৰ অধীনৰ পানী উত্তোলিত আঁচনিও পৰ্যৱেক্ষণ কৰি সকলো আসোঁৱাহ দূৰ কৰাৰ প্ৰতিশ্ৰুতি মন্ত্ৰীগৰাকীৰ।

আনহাতে ধান-বীজ ক্ৰয় বিক্ৰয় কৰা সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে কৃষকৰ পৰা সকলো অভাৱ অভিযোগৰ বুজ লৈ শীঘ্ৰেই কোনো প্ৰকৃত কৃষক যাতে চৰকাৰী আচঁনিৰ পৰা বঞ্চিত নহয় তাৰ সকলো ব্যৱস্থা কৰাৰো আশ্বাস মন্ত্ৰী পীযুষ হাজৰিকাৰ।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande