ডিমৰীয়াৰ বগিবাৰীৰ স্বেচ্ছাসেৱী সংস্থা কলং কপিলীত কৃষি মন্ত্ৰী পীযুষ হাজৰীকা
গুৱাহাটী, ১২ জুন (হি.স.)। বিজ্ঞান সন্মত মৎস্য উৎপাদন আৰু পালনৰ বাবে সমগ্ৰ দেশজুৰি প্ৰসিদ্ধ ডিমৰীয়াৰ বগিবাৰীৰ স্বেচ্ছাসেৱী সংস্থা কলং কপিলীত কৃষি মন্ত্ৰী পীযুষ হাজৰীকা। কলং কপিলীৰ মৎস্য উৎপাদন কেন্দ্ৰ পৰ্যবেক্ষণ কৰিলে মন্ত্ৰীগৰাকীয়ে। কলং-কপিলীয়
ডিমৰীয়াৰ বগিবাৰীৰ স্বেচ্ছাসেৱী সংস্থা কলং কপিলীত কৃষি মন্ত্ৰী পীযুষ হাজৰীকা


ডিমৰীয়াৰ বগিবাৰীৰ স্বেচ্ছাসেৱী সংস্থা কলং কপিলীত কৃষি মন্ত্ৰী পীযুষ হাজৰীকা


গুৱাহাটী, ১২ জুন (হি.স.)। বিজ্ঞান সন্মত মৎস্য উৎপাদন আৰু পালনৰ বাবে সমগ্ৰ দেশজুৰি প্ৰসিদ্ধ ডিমৰীয়াৰ বগিবাৰীৰ স্বেচ্ছাসেৱী সংস্থা কলং কপিলীত কৃষি মন্ত্ৰী পীযুষ হাজৰীকা।

কলং কপিলীৰ মৎস্য উৎপাদন কেন্দ্ৰ পৰ্যবেক্ষণ কৰিলে মন্ত্ৰীগৰাকীয়ে।

কলং-কপিলীয়ে মৎস উৎপাদনৰ জৰিয়তে অসমৰ যুৱ প্ৰজন্মক স্বাৱলম্বী হোৱাৰ পথ দেখুওৱাৰ কথা উল্লেখ কৰি সকলোকে এবাৰ এই বিশাল প্ৰকল্প পৰিদৰ্শন কৰি অনুপ্ৰাণিত হোৱাৰ আহ্বান জনায় কৃষি মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে ডিমৰীয়াৰ অগ্ৰনী স্বেচ্ছাসেৱী সংস্থা কলং কপিলীয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত মৎস্য বিপ্লৱৰ সূচনা কৰি অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande