শিৱসাগৰত পিষ্টল সহ চাৰিজনক আটক আৰক্ষীৰ
শিৱসাগৰ, ১২ জুন (হি.স.)। শিৱসাগৰত পিষ্টল সহ চাৰিজনক আটক আৰক্ষীৰ। আৰক্ষীৰ জালত পৰে অচিন্ত্য বৰুৱা, অমৰ দাস ওৰফে জন মেছ, বিক্ৰম বৰুৱা আৰু পাপু দাস। অবৈধ মাৰণাস্ত্ৰ সৰবৰাহৰ সৈতে জড়িত অভিযুক্ত এই ৪ জন। চুবুৰীয়া ৰাজ্য় নগালেণ্ডৰ পৰা চোৰাং ভাবে মাৰণাস্ত্
শিৱসাগৰত পিষ্টল সহ চাৰিজনক আটক আৰক্ষীৰ


শিৱসাগৰ, ১২ জুন (হি.স.)। শিৱসাগৰত পিষ্টল সহ চাৰিজনক আটক আৰক্ষীৰ। আৰক্ষীৰ জালত পৰে অচিন্ত্য বৰুৱা, অমৰ দাস ওৰফে জন মেছ, বিক্ৰম বৰুৱা আৰু পাপু দাস। অবৈধ মাৰণাস্ত্ৰ সৰবৰাহৰ সৈতে জড়িত অভিযুক্ত এই ৪ জন। চুবুৰীয়া ৰাজ্য় নগালেণ্ডৰ পৰা চোৰাং ভাবে মাৰণাস্ত্ৰ সংগ্ৰহ কৰি বিভিন্ন গ্ৰাহকক যোগান ধৰাৰ তথ্য় আৰক্ষী লাভ কৰিছে।

অস্ত্ৰৰ অবৈধ বেহাৰ মাষ্টাৰমাইণ্ড অচিন্ত্য বৰুৱা বুলি জানিব পৰা গৈছে

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande