শিসাগৰৰ দিচাংমুখত ৰাইজে নিজাববীয়া প্ৰচেষ্টাৰে গৰাখহনীয়া আৰু বান সমস্যা সমাধানৰ প্ৰচেষ্টা
শিসাগৰৰ দিচাংমুখত গৰাখহনীয়া আৰু বান সমস্যাৰ।
শিসাগৰৰ দিচাংমুখত ৰাইজে নিজাববীয়া প্ৰচেষ্টাৰে গৰাখহনীয়া আৰু বান সমস্যা সমাধানৰ প্ৰচেষ্টা


শিৱসাগৰ, ১২ জুন (হি.স.)।শিৱসাগৰৰ দিচাংমুখ অঞ্চলৰ ৰাইজে দীৰ্ঘ সময় ধৰি দিচাং নদীৰ গৰাখহনীয়া সমস্যাৰ স'তে ভুগী আহিছে।যাৰফলত দিচাংমুখৰ বলমা মিচিং গাৱৰ মূল মথাউৰিৰ প্ৰতি ভাবুকি আহি পৰিছে ।উপায়হীন স্থানীয় ৰাইজে গৰাখহনীয়াৰ ৰোধৰ বাবে নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰি মথাউৰিৰ কাষত খেৰ পেলাই গৰাখহনীয়া ৰোধৰ চেষ্টা কৰিব লগীয়া হৈছে। ।

স্থানীয় ৰাইজে বিভাগে গৰাখহনীয়া ৰোধৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে । গৰাখহনীয়াৰ স্থায়ী বিজ্ঞান সন্মত সমাধানৰ সূত্ৰ উলিয়াই।নতুন চৰকাৰ খনে আৰু শিৱসাগৰৰ বিধায়ক গৰাকীয়ে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দিচাংমুখ বাসীয়ে দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande