হাজোৰ বুল্লুটত আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ
কামৰূপ, ১২ জুন (হি.স.)। হাজোৰ বুল্লুটত ড্ৰাগছ বিৰুদ্ধে নিশা হাজো আৰক্ষীৰ বৃহৎ অভিযান। ডিএচপি দীপক শৰ্মাৰ নেতৃত্বত চলিছিল ড্ৰাগছৰ বিৰুদ্ধে অভিযান। স্নিফাৰ দ''গৰ সহায়ত লৈ ড্ৰাগছ বিৰোধী অভিযানত নামিল হাজো আৰু কামৰূপ আৰক্ষী। হাজোৰ বুল্লুটৰ শিমলুতলত বৃহ
হাজোৰ বুল্লুটত আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ


কামৰূপ, ১২ জুন (হি.স.)। হাজোৰ বুল্লুটত ড্ৰাগছ বিৰুদ্ধে নিশা হাজো আৰক্ষীৰ বৃহৎ অভিযান। ডিএচপি দীপক শৰ্মাৰ নেতৃত্বত চলিছিল ড্ৰাগছৰ বিৰুদ্ধে অভিযান। স্নিফাৰ দ'গৰ সহায়ত লৈ ড্ৰাগছ বিৰোধী অভিযানত নামিল হাজো আৰু কামৰূপ আৰক্ষী। হাজোৰ বুল্লুটৰ শিমলুতলত বৃহৎ পৰিমাণৰ হেৰ'ইন সহ গাঞ্জা জব্দ।

উদ্ধাৰ কৰা হল বৃহৎ পৰিমাণৰ নগদ ধন। ঘটনাৰ সৈতে জড়িত তিনিজনক গ্ৰেপ্তাৰ আৰক্ষীৰ। ধৃত ড্ৰাগছ মাফিয়া হাইদৰ আলী, ৰাহুল আলী। দীৰ্ঘদিনৰ পৰা অঞ্চলজুৰি ড্ৰাগছৰ সাম্ৰাজ্য গঢ়ি তুলিছিল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande