সংগীত নাটক অকাডেমীৰ যুৱ পৰিচালকৰ বঁটা (২০২৪) নগাঁৱৰ ননৈৰ বিদ্যুৎ কুমাৰ নাথলৈ
নগাঁৱ, ১১ জুন (হি.স.)। সংগীত নাটক অকাডেমীৰ যুৱ পৰিচালকৰ বঁটা (২০২৪) নগাঁৱৰ ননৈৰ বিদ্যুৎ কুমাৰ নাথলৈ। নগাঁৱৰ ননৈৰ স্বৰ্গীয় ডিম্বেশ্বৰ নাথ আৰু দীপালী দেৱীৰ পুত্ৰ বিদ্যুৎ কুমাৰ নাথলৈ সংগীত নাট একাডেমীৰ যুৱ পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা ২০২৪। সংগীত নাটক অক
সংগীত নাটক অকাডেমীৰ যুৱ পৰিচালকৰ বঁটা (২০২৪) নগাঁৱৰ ননৈৰ বিদ্যুৎ কুমাৰ নাথলৈ


নগাঁৱ, ১১ জুন (হি.স.)। সংগীত নাটক অকাডেমীৰ যুৱ পৰিচালকৰ বঁটা (২০২৪) নগাঁৱৰ ননৈৰ বিদ্যুৎ কুমাৰ নাথলৈ। নগাঁৱৰ ননৈৰ স্বৰ্গীয় ডিম্বেশ্বৰ নাথ আৰু দীপালী দেৱীৰ পুত্ৰ বিদ্যুৎ কুমাৰ নাথলৈ সংগীত নাট একাডেমীৰ যুৱ পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা ২০২৪। সংগীত নাটক অকাদেমিৰ ২০২৪ বৰ্ষৰ ওস্তাদ বিছমিল্লাহ খা' যুৱ পুৰস্কাৰ পৰিচালক শিতানত বিদ্যুৎ কুমাৰ নাথে লাভ কৰে।

নাট্যক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱাৰ স্বীকৃতি স্বৰূপে প্ৰদান কৰা হৈছে এই বটা। এই বঁটা লাভৰ পাছতেই বিদ্যুৎ কুমাৰ নাথৰ সংবাদ মাধ্যমৰ আগত নিজৰ অনুভব প্ৰকাশ l

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande