লামডিংত আহত অৱস্থাত উদ্ধাৰ বিলুপ্ত লাজুকি বান্দৰ
হোজাই, ১১ জুন (হি.স.)। লামডিংত উদ্ধাৰ বিলুপ্ত লাজুকি বান্দৰ। বিদ্যুত পৃষ্ঠ হৈ অচেতন হৈ পৰি আছিল দুষ্প্ৰাপ্য বান্দৰটো। ৰাইজে উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে। লামডিং বনবিভাগৰ তৰফৰ পৰা দুষ্প্ৰাপ্য বান্দৰটোক পশু চিকিৎসালয় লৈ যায়। দুষ্প্ৰাপ্য বান্
লামডিংত আহত অৱস্থাত উদ্ধাৰ বিলুপ্ত লাজুকি বান্দৰ


হোজাই, ১১ জুন (হি.স.)। লামডিংত উদ্ধাৰ বিলুপ্ত লাজুকি বান্দৰ।

বিদ্যুত পৃষ্ঠ হৈ অচেতন হৈ পৰি আছিল দুষ্প্ৰাপ্য বান্দৰটো।

ৰাইজে উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে।

লামডিং বনবিভাগৰ তৰফৰ পৰা দুষ্প্ৰাপ্য বান্দৰটোক পশু চিকিৎসালয় লৈ যায়।

দুষ্প্ৰাপ্য বান্দৰটো বিদ্যুতপৃষ্ঠ হৈ ভৰিত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হই বৰ্তমান অসুস্থ।

বনবিভাগে আঘাতপ্ৰাপ্ত দুষ্প্ৰাপ্য বান্দৰটো সুস্থ কৰাই লামডিং সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া হব বুলি জানিব দিয়ে লামডিং আঞ্চলিক বন বিষয়া গৰাকীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande