চতুৰ্থ পাফি ৰাষ্ট্ৰীয় পাঞ্জা আৰু পাৰা পাঞ্জা প্ৰতিযোগিতা ২০২৬ত তৃতীয় স্থানলাভ অসমৰ মিনহাজ আহমেদৰ
মৰিগাঁৱ, জুন (হি.স.)। চতুৰ্থ পাফি ৰাষ্ট্ৰীয় পাঞ্জা আৰু পাৰা পাঞ্জা প্ৰতিযোগিতা ২০২৬ত তৃতীয় স্থানলাভ অসমৰ মিনহাজ আহমেদৰ। প্ৰতিযোগিতাত তৃতীয় স্থানত উজ্বলিল অসমৰ মিনহাজ আহমেদ। সৰ্বভাৰতীয় পৰ্য্যায়ত গুজৰাটত অনুষ্ঠিত এই প্ৰতিযোগিতাত উজ্বলি উঠিল মিন
চতুৰ্থ পাফি ৰাষ্ট্ৰীয় মল্লযুঁজ আৰু পাৰা মল্লযুঁজ চেম্পিয়নশ্বিপ,২০২৬ত তৃতীয় স্থানত উজ্বলিল অসমৰ মিনহাজ আহমেদ


চতুৰ্থ পাফি ৰাষ্ট্ৰীয় মল্লযুঁজ আৰু পাৰা মল্লযুঁজ চেম্পিয়নশ্বিপ,২০২৬ত তৃতীয় স্থানত উজ্বলিল অসমৰ মিনহাজ আহমেদ


মৰিগাঁৱ, জুন (হি.স.)। চতুৰ্থ পাফি ৰাষ্ট্ৰীয় পাঞ্জা আৰু পাৰা পাঞ্জা প্ৰতিযোগিতা ২০২৬ত তৃতীয় স্থানলাভ অসমৰ মিনহাজ আহমেদৰ। প্ৰতিযোগিতাত তৃতীয় স্থানত উজ্বলিল অসমৰ মিনহাজ আহমেদ। সৰ্বভাৰতীয় পৰ্য্যায়ত গুজৰাটত অনুষ্ঠিত এই প্ৰতিযোগিতাত উজ্বলি উঠিল মিনহাজ। মৰিগাঁৱৰ পশ্চিম জালুগুটিৰ লোচনাবড়ীৰ মৌচুম আহমেদ আৰু মবিনা আখতাৰাৰ সু-পুত্ৰ মিনহাজ।

মিনহাজৰ এই সফলতাত এতিয়া উৎফুল্লিত গাঁওবাসী। আগন্তুক দিনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ আশা মিনহাজ। বৰ্তমান সময়তো মল্লযুঁজক বহুতেই কেৱল মাত্ৰ সময় পাৰ কৰা অথবা নিজৰ শক্তি প্ৰদৰ্শন হিচাপে গণ্য কৰি আহিছে যদিও মিনহাজৰ এই প্ৰাপ্তিয়ে প্ৰমাণ কৰিলে মল্লযুঁজক ক্ৰীড়া হিচাপেও নিজকে গঢ় দিব পাৰি।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande