তিনিচুকীয়া জিলাৰ ফিল'বাৰীত সংঘটিত লাভ জেহাদৰ ঘটনা
তিনিচুকীয়া, ১১ জুন (হি.স.)। ৰাজ্যত পুনৰ লাভ জেহাদৰ ঘটনা। তিনিচুকীয়া জিলাৰ ফিল''বাৰীত সংঘটিত হৈছে উক্ত ঘটনা৷ এজন ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ যুৱকে ভুৱা পৰিচয় দি এগৰাকী বিহাৰী সম্প্ৰদায়ৰ হিন্দু যুৱতীক পলুৱাই নিয়াৰ অভিযোগ। অভিযোগ অনুসৰি ধৰ্মীয় সংখ্যাল
তিনিচুকীয়া জিলাৰ ফিল'বাৰীত সংঘটিত লাভ জেহাদৰ ঘটনা


তিনিচুকীয়া, ১১ জুন (হি.স.)। ৰাজ্যত পুনৰ লাভ জেহাদৰ ঘটনা। তিনিচুকীয়া জিলাৰ ফিল'বাৰীত সংঘটিত হৈছে উক্ত ঘটনা৷ এজন ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ যুৱকে ভুৱা পৰিচয় দি এগৰাকী বিহাৰী সম্প্ৰদায়ৰ হিন্দু যুৱতীক পলুৱাই নিয়াৰ অভিযোগ। অভিযোগ অনুসৰি ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ যুৱক জনে ভুৱা পৰিচয় দি ফিল'বাৰীৰ পাৰ্বতীপুৰৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰি পলুৱাই নিয়ে।

ইতিমধ্যে যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে ফিল'বাৰী আৰক্ষী থানাত দাখিল কৰিছে অভিযোগ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande