দুলীয়াজানত প্ৰধানমন্ত্ৰী মন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ উষ্ম আৰু হৃদয়পূৰ্বক অভিনন্দন অনুষ্ঠান
ডিব্ৰুগড়, ১১ জুন (হি.স.)। দুলীয়াজানত প্ৰধানমন্ত্ৰী মন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ উষ্ম আৰু হৃদয়পূৰ্বক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী গৰাকীৰ সুস্বাস্থ্য আৰু সুদীৰ্ঘ কাৰ্যকালৰ বাবে প্ৰাৰ্থনা জনোৱা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দেশৰ প্ৰথ
দুলীয়াজানত প্ৰধানমন্ত্ৰী মন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ উষ্ম আৰু হৃদয়পূৰ্বক অভিনন্দন অনুষ্ঠান


ডিব্ৰুগড়, ১১ জুন (হি.স.)। দুলীয়াজানত প্ৰধানমন্ত্ৰী মন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ উষ্ম আৰু হৃদয়পূৰ্বক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী গৰাকীৰ সুস্বাস্থ্য আৰু সুদীৰ্ঘ কাৰ্যকালৰ বাবে প্ৰাৰ্থনা জনোৱা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দেশৰ প্ৰথম জন দিৰ্ঘকালীন প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা নতুন ইতিহাস সৃষ্টি হোৱা উপলভে ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলা সমিতিয়ে বুধবাৰে নিশা ৰাজ্যসভাৰ সাংসদ তেৰছ গোৱালাৰ উদ্যোগত দুলীয়াজান বিধানসভা সমষ্টিৰ নাওশলীয়াৰ দূৰ্গা মন্দিৰত পূজা-অৰ্চনা অনুষ্ঠিত কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande