
গোৱালপাৰ, ১১ জুন (হি.স.)। মাজনিশা যোগীঘোপাত আৰক্ষীৰ অভিযান।
গো সুৰক্ষা আইন ভংগকাৰীৰ বিৰুদ্ধে যোগীঘোপাত আৰক্ষীৰ অভিযান ।
যোগীঘোপাৰ মূল বজাৰত অৱস্থিত ছেভেন তাজ হোটেলত নিষিদ্ধ গো মাংসৰ সন্ধানত আৰক্ষীৰ অভিযান।
অভিযানকালত যোগীঘোপা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ গো- মাংস।
যোগীঘোপা আৰক্ষীয়ে হোটেলৰ স্বত্বাধিকাৰ হাফিজুল ইছলাম ওৰফে ৰাজাক আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা