চতিয়াৰ আমলক্ষিআটিত উদ্ধাৰ অতি বিষাক্ত ব্লেক ক্ৰেইট বা ক'লা শঙ্খচুৰ সাপ
শোণিতপুৰ, ১০ জুন (হি.স.)। চতিয়াৰ আমলক্ষিআটিত উদ্ধাৰ অতি বিষাক্ত ব্লেক ক্ৰেইট বা ক''লা শঙ্খচুৰ সাপ । নিপু হাজৰিকা নামৰ ব্যক্তিজনৰ বাসগৃহত সোমাই থকা নীৰৱ ঘাতক বুলি পৰিচিত বিষাক্ত সাপ দাল উদ্ধাৰ কৰে সৰ্প বন্ধু মানৱ অসম নামৰ যুৱকজনে। ইফালে সাপ ধৰা চা
চতিয়াৰ আমলক্ষিআটিত উদ্ধাৰ অতি বিষাক্ত ব্লেক ক্ৰেইট বা ক'লা শঙ্খচুৰ সাপ


শোণিতপুৰ, ১০ জুন (হি.স.)। চতিয়াৰ আমলক্ষিআটিত উদ্ধাৰ অতি বিষাক্ত ব্লেক ক্ৰেইট বা ক'লা শঙ্খচুৰ সাপ ।

নিপু হাজৰিকা নামৰ ব্যক্তিজনৰ বাসগৃহত সোমাই থকা নীৰৱ ঘাতক বুলি পৰিচিত বিষাক্ত সাপ দাল উদ্ধাৰ কৰে সৰ্প বন্ধু মানৱ অসম নামৰ যুৱকজনে। ইফালে সাপ ধৰা চাবলৈ সেই সময়ত স্থানীয় একাংশ লোকে উপস্থিত হৈ হুৱা দুৱাৰ সৃষ্টি কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande