সংকতৰ গৰাহত ঐতিহ্যমণ্ডিত কাঁহশিল্প নগৰী সৰ্থেবাৰীৰ কাঁহৰ শিল্প
বৰপেটা, ১০ জুন (হি.স.)। সংকতৰ গৰাহত ঐতিহ্যমণ্ডিত কাঁহশিল্প নগৰী সৰ্থেবাৰীৰ কাঁহৰ শিল্প কৰ্ম৷অনিয়ন্ত্ৰিতভাবে ভাৱে ভঙা কাহঁৰ মুল্যবৃদ্ধি৷মুল্যবৃদ্ধিত এক প্ৰকাৰ বন্ধ কৰি দিছে ব্যাৱসায়ী সকলে ভঙা কাহঁ কিনা আৰু তাৰ বাবেই একাংশ কঁহাৰ শাল এতিয়া বন্ধ হোৱাৰ
সংকতৰ গৰাহত ঐতিহ্যমণ্ডিত কাঁহশিল্প নগৰী সৰ্থেবাৰীৰ কাঁহৰ শিল্প


বৰপেটা, ১০ জুন (হি.স.)। সংকতৰ গৰাহত ঐতিহ্যমণ্ডিত কাঁহশিল্প নগৰী সৰ্থেবাৰীৰ কাঁহৰ শিল্প কৰ্ম৷অনিয়ন্ত্ৰিতভাবে ভাৱে ভঙা কাহঁৰ মুল্যবৃদ্ধি৷মুল্যবৃদ্ধিত এক প্ৰকাৰ বন্ধ কৰি দিছে ব্যাৱসায়ী সকলে ভঙা কাহঁ কিনা আৰু তাৰ বাবেই একাংশ কঁহাৰ শাল এতিয়া বন্ধ হোৱাৰ উপক্ৰম ঘটিছে৷

ঐতিহ্যমণ্ডিত কাহঁ শিল্প নগৰী সৰ্থেবাৰীৰ হস্তনিৰ্মিত কাঁহৰ শিল্পী সকল আজি বিপদ৷হাহাকাৰ ময় পৰিৱেশ সৰ্থেবাৰীৰ কাঁহ শিল্পী সকলৰ লগত ব্যৱসায়ী সকল৷অনিয়ন্ত্ৰিতভাবে ভঙা কাঁহৰ মুল্যবৃদ্ধি,অতিৰিক্ত অসম চৰকাৰ আৰু ভাৰতচৰকাৰৰ কাঁহৰ সামগ্ৰীত কৰ বৃদ্ধি কৰাত বিপদ কঁহাৰ সকলৰ লগতে ইয়াৰ লগত জৰিত ব্যৱসায়ী সকল৷আনফালে এটা অসাধু চক্ৰই কাঁহৰ বাচন বৰ্তনৰ আকাৰ দি পিতলৰ সামগ্ৰী বজাৰত উলিয়াই দিয়াত বিপদ নামি আহিছে কাঁহ শিল্প নগৰী সৰ্থেবাৰীৰ শিল্পী সকলৰ৷আনফালে ভঙা কাহঁৰ অনিয়ন্ত্ৰিতভাবে দাম বৃদ্ধিত ব্যাৱসায়ী সকলে ভঙা কাহঁ কিনা কমাই দিয়াত কাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শাল সমুহ এক প্ৰকাৰ বন্ধ হোৱাৰ দিশত আগবাঢ়িছে৷বিপদত এতিয়া কাহঁৰ শিল্প কৰ্মৰলগত জৰিত খাতি খোৱা শিল্পী সকল৷আনফালে সৰ্থেবাৰীৰ শিল্পী সকলে নিৰ্মাণ কৰা কাঁহৰ সামগ্ৰী ভুটান,নেপাল,চীন,ম্যানমাৰৰ দৰে দেশত ৰপ্তানি হয় যদিও অত্যাধিক মুল্যবৃদ্ধিত একপ্ৰকাৰ বহিৰাজ্যলৈ বন্ধ হোৱাৰ দিশত সামগ্ৰী৷কিছু কিছু সামগ্ৰী ৰপ্তানি হয় আছে যদিওঁ সেইখিনি পৰ্যাপ্ত নহয়

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande