
গোলাঘাট, ১০ জুন (হি.স.)। বোকাখাতত বজ্ৰপাত পৰি এজন ব্যক্তিৰ মৃত্যু। মৃত ব্যক্তি জনৰ নাম নোমল লয়িং বুলি জানিব পৰা গৈছে।
বোকাখাতৰ ৰজাবাৰী পিটনী পথাৰত কাম কৰি থকা অৱস্থাতে ব্ৰর্জপাত পৰি মৃত্যু হয় ব্যক্তিৰ জনৰ।
নোমল লইঙৰ বয়স ৬৫ বছৰ বুলি জানিব পৰা গৈছে। মৃত ব্যক্তি জনৰ ঘৰ বোকাখাত ৰজাবাৰী ভকত চাপৰিত ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু