লংকা বজাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অভিযান
হোজাই, ১০ জুন (হি.স.)। লংকা বজাত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অভিযান। লংকা বজাৰৰ পাইকাৰী আৰু খুচুৰা ফল-মূলৰ বিপনীৰ লগতে ফল-মূল মজুত কৰি ৰখা গোদাম, বিশেষ কিছু শাক-পাচলি যেনে পতল,বিলাহী আদি বিপনীত চলাই এই অভিযান। কোনো অসাধু ব্যৱসায়ীয়ে ফল-মূল
লংকা বজাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অভিযান


হোজাই, ১০ জুন (হি.স.)। লংকা বজাত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অভিযান।

লংকা বজাৰৰ পাইকাৰী আৰু খুচুৰা ফল-মূলৰ বিপনীৰ লগতে ফল-মূল মজুত কৰি ৰখা গোদাম, বিশেষ কিছু শাক-পাচলি যেনে পতল,বিলাহী আদি বিপনীত চলাই এই অভিযান।

কোনো অসাধু ব্যৱসায়ীয়ে ফল-মূল সমূহ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি পকোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে নেকি তাক নিৰিক্ষণ অভিযানকাৰী দলটোৰ ।

অসাধু ব্যৱসায়ীয়ে এনে কৰ্ম কৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৱ বুলি জানিব দিয়ে হোজাই জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া গৰাকীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande