ক্ষেত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত বন্যহস্তীৰ মুক্ত বিচৰণ
গুৱাহাটী, ১০ জুন (হি.স.)। ক্ষেত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত বন্যহস্তীৰ মুক্ত বিচৰণ। সমীপৰ মতাপাহাৰৰ পৰা নামি অহা এটি বন্যহস্তীয়ে আতংকিত কৰি তুলিছে পথচাৰী তথা স্থানীয় জনতাক,, ক্ষেত্ৰীৰ মতাপাহাৰত অবাধ হাৰত চলা পাহাৰ খনন আৰু হস্তীদণ্ডীত শিলকোঁৱা
ক্ষেত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত বন্যহস্তীৰ মুক্ত বিচৰণ


গুৱাহাটী, ১০ জুন (হি.স.)।

ক্ষেত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত বন্যহস্তীৰ মুক্ত বিচৰণ।

সমীপৰ মতাপাহাৰৰ পৰা নামি অহা এটি বন্যহস্তীয়ে আতংকিত কৰি তুলিছে পথচাৰী তথা স্থানীয় জনতাক,,

ক্ষেত্ৰীৰ মতাপাহাৰত অবাধ হাৰত চলা পাহাৰ খনন আৰু হস্তীদণ্ডীত শিলকোঁৱাৰী স্থাপনৰ বাবে এতিয়া এনেদৰে জনাঞ্চললৈ ওলাই আহিছে বন্যহস্তী,,

বনবিভাগক শীঘ্ৰেই পাহাৰ খনন বন্ধ কৰি বন্যজীৱৰ বাসস্থান সুৰক্ষিত কৰাৰ দাবী স্থানীয় জনতাৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande