শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত জিলা বিজেপিৰ পূজা অৰ্চনা
শিৱসাগৰ, ১০ জুন (হি.স.)। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত জিলা বিজেপিৰ পূজা অৰ্চনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি শিৱসাগৰ জিলা বিজেপিৰ পূজা অৰ্চনা। ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে ১২ বছৰ কাৰ্যনিৰ্বাহ সম্পূৰ্ণ প্ৰধানমন্ত্ৰী
শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত জিলা বিজেপিৰ পূজা অৰ্চনা


শিৱসাগৰ, ১০ জুন (হি.স.)। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত জিলা বিজেপিৰ পূজা অৰ্চনা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি শিৱসাগৰ জিলা বিজেপিৰ পূজা অৰ্চনা। ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে ১২ বছৰ কাৰ্যনিৰ্বাহ সম্পূৰ্ণ প্ৰধানমন্ত্ৰী গৰাকীৰ

তাৰ উপলক্ষে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত বিজেপিৰ শৰাই-বন্তি প্ৰধানমন্ত্ৰী গৰাকীৰ দীৰ্ঘায়ু কামনা কৰি

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande