বিজনীৰ দতুৰীত আৰক্ষীৰ অভিযান, ড্ৰাগছসহ গ্ৰেপ্তাৰ হয় এটা সৰবৰাহকাৰী
চিৰাং, ১০ জুন (হি.স.)। চিৰাঙৰ বিজনীৰ দতুৰীত আৰক্ষীৰ অভিযানত বুধবাৰে পুৱা ড্ৰাগছসহ গ্ৰেপ্তাৰ হয় এটা সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰীটো দতুৰী নিৱাসী ছাইদুল ইছলাম শিকদাৰ(৩৯)। এক গোপন সূত্ৰৰ পমখেদি বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুজ্যোতি নাথসহ আৰক্ষ
বিজনীৰ দতুৰীত আৰক্ষীৰ অভিযান, ড্ৰাগছসহ গ্ৰেপ্তাৰ হয় এটা সৰবৰাহকাৰী


চিৰাং, ১০ জুন (হি.স.)। চিৰাঙৰ বিজনীৰ দতুৰীত আৰক্ষীৰ অভিযানত বুধবাৰে পুৱা ড্ৰাগছসহ গ্ৰেপ্তাৰ হয় এটা সৰবৰাহকাৰী।

ধৃত সৰবৰাহকাৰীটো দতুৰী নিৱাসী ছাইদুল ইছলাম শিকদাৰ(৩৯)।

এক গোপন সূত্ৰৰ পমখেদি বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুজ্যোতি নাথসহ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰীটোৰ পৰা ৮৫ টাকৈ ড্ৰাগছভৰ্তি কণ্টেইনাৰ জব্দ কৰা হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande