
নলবাৰী, ০১ জুন (হি.স.)। নলবাৰী কাণ্ডক লৈ শিৱসাগৰত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া।
আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হবই - শৃংখল চলিহা।
বি জে পি চৰকাৰ হোৱাৰ পাছৰ পাছতেই দুজনকৈ খিলঞ্জীয়া লোকক হত্যা কৰিলে এক বিশেষ সম্প্ৰদায়ৰ লোকে।
নিৰ্বাচনৰ পূৰ্বে আমি এই কথাবোৰ কলে আমাক কোনো ৰাজনৈতিক দলৰ দালাল বুলি সকলোৱে উপহাস কৰে । - শৃংখল চলিহা
হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ ।
প্ৰত্যাক্ৰমণ কি হব আমি সময়ত সময়ত জনাম।
বীৰ লাচিত সেনাৰ সভাপতি,মুখ্য সচিব আৰু মই ইতিমধ্যে এই বিষয়ে আলোচনা কৰিছো।
শেষ কথা দোষীৰ এনকাউণ্টাৰ হবই লাগিব ।আমি প্ৰতিবাদ কৰিম জংগী প্ৰতিবাদ কৰিম।
চৰকাৰে কি কৰিব চৰকাৰৰ কথা কিন্তু আমাৰ এটা মাৰিছে আমি কিন্তু দুটা মাৰিম।
চৰকাৰে পাঁচ দশলাখ টকা ক্ষতিপূৰণ দি দায়িত্ব সামৰিব আমি কিন্তু হাত সাবটি বহি নাথাকিম।
এই ঘটনা বাংলাদেশত হোৱা নাই অসমত হৈছে । গতিকে কোনো আপোচ নহব।
মুঠৰ ওপৰত আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হবই।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা