
হোজাই, ০১ জুন (হি.স.)। কৃত্ৰিম বানৰ কবলত যমুনামুখ স্বাস্থ্যকেন্দ্ৰ। যাতায়তৰ বাবে নিৰ্মাণ কৰা হৈছে বাঁহৰ সাঁকো।
যমুনামুখ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দুৰৱস্থা।
এজাক বৰষুণতে একাঠু পানী জমা হয় স্বাস্থ্য কেন্দ্ৰটোৰ চৌদিশে
যাৰ বাবে স্বাস্থ্য কেন্দ্ৰলৈ অহা ৰোগীয়ে যমৰ যাতনা ভুগিবলগীয়া হয়।
কৃত্ৰিম বানৰ সময়ত যাতায়ত কৰিবলৈ চিকিৎসালয় খনৰ চৌদিশে নিৰ্মান কৰা হৈছে বাঁহৰ সাঁকো
বৰষুণ দিলেই এই সাঁকোৰে চিকিৎসক আৰু ৰোগী অহা যোৱা কৰিবলগীয়া হয়
জৰুৰীকালীণ অৱস্থাত হাহাকাৰ কৰিবলগীয়া হয় ৰোগী তথা আত্মীয়ই।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা