হোজাইত উদ্ধাৰ তিনি মহিয়া বন্যহস্তীৰ পোৱালিৰ
হোজাই, ০১জুন (হি.স.)। হোজাইত উদ্ধাৰ এটা তিনি মহিয়া বন্যহস্তীৰ পোৱালিৰ। হোজাইৰ কেভি ৰেঞ্জৰ অন্তৰ্গত উদমাৰী বিলৰ সমীপৰ পৰা হোজাই বনবিভাগে উদ্ধাৰ কৰে হাতীৰ পোৱালিটো। জাকৰ পৰা মাতৃৰ সৈতে বিচ্ছিন্ন হৈ হাতীৰ পোৱালিটো অকলসৰে ঘূৰি আছিল বনাঞ্চলৰ সমীপত
হোজাইত উদ্ধাৰ তিনি মহিয়া বন্যহস্তীৰ পোৱালিৰ


হোজাই, ০১জুন (হি.স.)।

হোজাইত উদ্ধাৰ এটা তিনি মহিয়া বন্যহস্তীৰ পোৱালিৰ।

হোজাইৰ কেভি ৰেঞ্জৰ অন্তৰ্গত উদমাৰী বিলৰ সমীপৰ পৰা হোজাই বনবিভাগে উদ্ধাৰ কৰে হাতীৰ পোৱালিটো।

জাকৰ পৰা মাতৃৰ সৈতে বিচ্ছিন্ন হৈ হাতীৰ পোৱালিটো অকলসৰে ঘূৰি আছিল বনাঞ্চলৰ সমীপত।

স্থানীয় ৰাইজে পোৱালি হাতীটোক দেখা পাই খবৰ দিয়ে হোজাই বন বিভাগক।

ইতিমধ্যে বনবিভাগে হাতীৰ পোৱালিটো উদ্ধাৰ কৰি বনবিভাগৰ কাৰ্যালয়লৈ আনে

বৰ্তমান হাতি পোৱালীটো দূৰ্বল দেখা গৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande