বজালীৰ যুৱ সাংবাদিক বুবু কলিতাৰ বিয়োগ
বজালীৰ যুৱ সাংবাদিক বুবু কলিতাৰ বিয়োগ।
বজালীৰ যুৱ সাংবাদিক বুবু কলিতাৰ বিয়োগ


বৰপেটা, ০৬ মে’ (হি.স.): বজালীৰ যুৱ সাংবাদিক বুবু কলিতাৰ পৰলোকপ্ৰাপ্তি ঘটিছে । ভৱানীপুৰৰ পূৱহাটীস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিকগৰাকীয়ে ।

উল্লেখ্য় যে দীৰ্ঘদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল সাংবাদিক জন । যুৱ সাংবাদিক জনৰ অকাল বিয়োগত সমগ্ৰ বজালীত শোকৰ ছাঁ বিৰাজ কৰিছে । যুব সাংবাদিক গৰাকীৰ মৃত্যু পাঠশালা প্ৰেছ ক্লাৱ,বজালী জিলা প্ৰেছ গ্লীড, বজালী জিলা যুৱ সাংবাদিক সন্থা, বজালী জিলা ডিজিটেল মিডিয়া সন্থাই শোক প্ৰকাশ কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande