অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্ত পাংচুপাছত দুই আলফা(স্বাধীন) ৰ সদস্যৰ আত্মসমৰ্পণ
ইটানগৰ, ০৬ মে (হি.স.)। অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্ত পাংচুপাছত নিশা দুই আলফা(স্বাধীন) ৰ সদস্যৰ আত্মসমৰ্পণ। আত্মসমৰ্পণ সদস্য দুই গৰাকী হৈছে অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰৰ অশোক সোণোৱাল(৩১) ওৰফে লেকাং অসম আৰু ধেমাজি জিলাৰ গোহাঁই গাঁওৰ বিপ্লৱ বৰগ
অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্ত পাংচুপাছত দুই আলফা(স্বাধীন) ৰ সদস্যৰ আত্মসমৰ্পণ


ইটানগৰ, ০৬ মে (হি.স.)। অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্ত পাংচুপাছত নিশা দুই আলফা(স্বাধীন) ৰ সদস্যৰ আত্মসমৰ্পণ।

আত্মসমৰ্পণ সদস্য দুই গৰাকী হৈছে অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰৰ অশোক সোণোৱাল(৩১) ওৰফে লেকাং অসম আৰু ধেমাজি জিলাৰ গোহাঁই গাঁওৰ বিপ্লৱ বৰগোঁহাই (৩১) ওৰফে নিপেন অসম বুলি জানিব পৰা গৈছে।

ম্যানমাৰস্থিত আলফা মুখ্য শিবিৰৰ ৰনুৰ পৰা ওলাই অহা বুলি জানিব পৰা গৈছে।।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande