
নগাঁও, ০৬ মে (হি.স.)। নগাঁৱৰ কচুৱাত ড্ৰাগছসহ এগৰাকী মহিলা আটক ৷
কচুৱা আৰক্ষীৰ গোপন অভিযানত ১১ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ মহিলা গৰাকীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ ধৃত মহিলা গৰাকী কচুৱা আলিটাঙনিৰ আচমিনা বেগম ৷ দীৰ্ঘদিন ধৰি নিজ বাসগৃহৰ পৰাই মহিলাগৰাকীয়ে চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা