বৰমা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত ধৰ্ণা বৰমাৰ মাহখৰীয়াবাসীৰ
বাক্সা, ০৬ মে (হি.স.)। বৰমা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত ধৰ্ণা বৰমাৰ মাহখৰীয়াবাসীৰ। মিয়া ব্যক্তিক মাটি কিনা বেচাৰ যোজা কৰাক লৈ ক্ষোভিত গাৱবাসী। ক্ষোভিত গাৱবাসীয়ে বৰমা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ। কেৱল মাটি ক্ৰয় কৰাই নহয়, ভ
বৰমা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত ধৰ্ণা বৰমাৰ মাহখৰীয়াবাসীৰ


বাক্সা, ০৬ মে (হি.স.)। বৰমা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত ধৰ্ণা বৰমাৰ মাহখৰীয়াবাসীৰ। মিয়া ব্যক্তিক মাটি কিনা বেচাৰ যোজা কৰাক লৈ ক্ষোভিত গাৱবাসী। ক্ষোভিত গাৱবাসীয়ে বৰমা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ।

কেৱল মাটি ক্ৰয় কৰাই নহয়, ভোটাৰ তালিকাত বিটিচিৰ বাহিৰৰ পৰা বিটিচিলৈ নাম অন্তর্ভুক্তৰ অভিযোগ । বিগত বিধানসভা নিৰ্বাচনত ভোট সাব্যস্তও কৰিছে বৰপেটাৰ কলগাছিয়াৰ চমিৰ আলীয়ে ।

বৰপেটাৰ কলগাছিয়াৰ পৰা আহি চমিৰ আলী নামৰ ব্যক্তিজনে বিটিচিৰ মাহখৰীয়াত ভূমি ক্ৰয়ৰ যোজা চলাইছে ২৫ বিঘাৰো অধিক ভূমি। মাহখৰীয়া গাৱৰ গাওবুঢ়া আলতাফ হুছেইনৰ বিৰুদ্ধে ক্ষোভিত গাৱবাসী ।

বাক্সা জিলাৰ বৰমা ৰাজহ চক্ৰৰ অন্তৰ্গত মাহখৰীয়া গাঁৱৰ ভোটাৰ তালিকাত ভুৱা নাম অন্তর্ভুক্ত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande