
কামৰূপ, ০৫ মে (হি.স.)। ৰঙিয়াত আছুৰ উদ্যোগত 'বসন্ত উৎসৱ ২০২৬' ।
এই উৎসৱৰ লগত সংগতি ৰাখি ৰঙিয়া মহাবিদ্যালয়ৰ ইনড'ৰ ষ্টেডিয়ামত আয়োজন কৰা হয় বিহু নাচৰ কৰ্মশালাৰ।
ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা ৰঙিয়া মহাবিদ্যালয়ৰ আছু গোটৰ সহযোগত আয়োজন কৰা 'বসন্ত উৎসৱ ২০২৬' ৰ লগত সংগতি ৰাখি এই বিহু নাচৰ কৰ্মশালাৰ বিগত ২৭ এপ্ৰিলৰ পৰা ৫ মে' লৈ আয়োজন কৰা হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা