লাহৰীঘাটত কংগ্ৰেছৰ ডাঃ আছিফ নজৰৰ জয়লাভ
মৰিগাঁও, ০৪ মে (হি.স.)।অসম বিধানসভা নিৰ্বাচনত ধূলিসাৎ হোৱাৰ দিশে কংগ্ৰেছৰ নেতৃত্বাধীন বিৰোধী ঐক্য। এতিয়ালৈকে প্ৰায় অৰ্ধশতাধিক আসনত জয়লাভ কৰিছে বিজেপিৰ নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে। ইয়াৰ মাজতে লাহৰীঘাটত কংগ্ৰেছৰ ডাঃ আছিফ নজৰৰ জয়লাভ কৰে। দ্বিতী
লাহৰীঘাটত কংগ্ৰেছৰ ডাঃ আছিফ নজৰৰ জয়লাভ


মৰিগাঁও, ০৪ মে (হি.স.)।অসম বিধানসভা নিৰ্বাচনত ধূলিসাৎ হোৱাৰ দিশে কংগ্ৰেছৰ নেতৃত্বাধীন বিৰোধী ঐক্য। এতিয়ালৈকে প্ৰায় অৰ্ধশতাধিক আসনত জয়লাভ কৰিছে বিজেপিৰ নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে।

ইয়াৰ মাজতে লাহৰীঘাটত কংগ্ৰেছৰ ডাঃ আছিফ নজৰৰ জয়লাভ কৰে।

দ্বিতীয়বাৰৰ বাবে লাহৰীঘাট সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হ’ল ডাঃ আছিফ নজৰ। লাহৰীঘাট বিধানসভা সমষ্টিত ২০২৬চনৰ বিধানসভা নিৰ্বাচনৰ বাবে মুঠ ৩,০৯,১৪১গৰাকী পঞ্জীয়নভুক্ত ভোটাৰ আছিল, ইয়াৰে ১,৫৯,৩৩৫ জন পুৰুষ, ১,৪৯,৭৯৭গৰাকী মহিলা আৰু ৯জন তৃতীয় লিংগৰ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande