গুৱাহাটী মহানগৰীৰ আটাইকেইটা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি
গুৱাহাটী,০৪ মে (হি.স.)। গুৱাহাটী মহানগৰীৰ আটাইকেইটা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি।নিউ গুৱাহাটী সমষ্টিত বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি।বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই ৭৪৫৩৭ইটা ভোট লাভ কৰি তেওৰ নিকটতম প্ৰতিদণ্ডি কংগ্ৰেছৰ সান্তনু বৰাই ৩২৮৬০টা ভোট লাভ
গুৱাহাটী মহানগৰীৰ আটাইকেইটা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি


গুৱাহাটী,০৪ মে (হি.স.)। গুৱাহাটী মহানগৰীৰ আটাইকেইটা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি।নিউ গুৱাহাটী সমষ্টিত বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি।বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই ৭৪৫৩৭ইটা ভোট লাভ কৰি তেওৰ নিকটতম প্ৰতিদণ্ডি কংগ্ৰেছৰ সান্তনু বৰাই ৩২৮৬০টা ভোট লাভ কৰি পৰাজিত কৰে। জালুকবাৰী সমষ্টিত বিজেপি প্ৰাৰ্থী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা প্ৰায় ১৭ হাজাৰ ভোটত অগ্ৰগতি লাভ কৰি আছে কংগ্ৰেছৰ প্ৰাৰ্খী গৰাকীৰ তুলনাত।

সেইদৰে দিছপুৰ সমষ্টিত ন বিজেপি প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈ যঠেষ্ট আগবাঢ়ি আছে।প্ৰায় ৩১৯১৭ হাজাৰ ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী গৰাকী তেওৰ নিকটতম প্ৰতিদণ্ডি কংগ্ৰেছৰ মিৰা বৰঠাকুৰৰ তুলনাত।বিজেপিৰ প্ৰদ্যুত বৰদলৈ ৬৩৮৮৯টা ভোট লাভ কৰাৰ বিপৰিতে ,কংগ্ৰেছৰ মিৰা বৰঠাকুৰ ৩১৯৭২। দিছপুৰ সমষ্টিত বিজেপিৰ পৰা পদত্যাগ কৰি নিৰ্দলীয় হিচাপে প্ৰতিদণ্ডিতা কৰা জয়ন্ত দাসে ১০৫০৮ টা ভোট লাভ কৰিছে। নিউ গুৱাহাটী সমষ্টিত বিজেপিৰ দিপ্লু ৰঞ্জন শৰ্মা আগবাঢ়ি আছে।চেন্ট্ৰেল গুৱাহাটী সমষ্টিত বিজেপিৰ বিজয় গুপ্তা তেওৰ নিকটতম প্ৰতিদণ্ডি অজাপৰ কিন্কি চৌধুৰীত কৈ আগবাঢ়ি আছে।

মৰিগাওত বিজেপি প্ৰাৰ্থী ৰমাকান্ত দেউৰী ৩২ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি আছে। জাগীৰোডত ৬০হাজাৰৰ অধিক ভোটত অগ্ৰগতি বিজেপীৰ পীযুষ হাজৰিকাৰ।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande