অসমত ৮ মেত চৰকাৰ গঠনৰ সম্ভাৱনা বিজেপিৰ
গুৱাহাটী, ০৪ মে (হি.স.)। ৮ মেত চৰকাৰ গঠনৰ সম্ভাৱনা বিজেপিৰ।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত বৈঠক।বৈঠকত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকিয়া সহ ৰাজ্যিক বিজেপিৰ একাংশ নেতা উপস্থিত।আজি নিশাই অসমৰ ৰাজ্যপালক সাক্ষাতৰ সম্ভাৱনা।চৰকাৰৰ গঠনৰ দাবী
অসমত ৮ মেত চৰকাৰ গঠনৰ সম্ভাৱনা বিজেপিৰ


গুৱাহাটী, ০৪ মে (হি.স.)। ৮ মেত চৰকাৰ গঠনৰ সম্ভাৱনা বিজেপিৰ।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত বৈঠক।বৈঠকত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকিয়া সহ ৰাজ্যিক বিজেপিৰ একাংশ নেতা উপস্থিত।আজি নিশাই অসমৰ ৰাজ্যপালক সাক্ষাতৰ সম্ভাৱনা।চৰকাৰৰ গঠনৰ দাবী জনাব।ৰাজ্যিক বিজেপিৰ এক সুত্ৰই এই বিষয়ে প্ৰকাশ কৰে।

বৈঠকৰ অন্তত বেলতলা স্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয় অভিমুখে ৰাওনা হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপি ৰ সভাপতি গৰাকী ।দলীয় কাৰ্যালয়ত গুৱাহাটীৰ বিজেপিৰ বিজয়ী প্ৰাৰ্থী সকলৰ সৈতে সাক্ষাত কৰিব।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande