অসমৰ প্ৰথম ফলাফলঃ মাজবাটত বিপিএফৰ প্ৰাৰ্থীৰ জয়
গুৱাহাটী, ০৪ মে’ (হি.স.)। মাজবাট-৪৭ বিধান সভা সমষ্টিত বিজেপি সমৰ্থিত বডোলেণ্ড পিপলছ ফ্ৰণ্টৰ প্ৰাৰ্থী চৰণ বড়োৱে জয়লাভ কৰিছে। ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাৰ্থী প্ৰীতি ৰেখা বৰলাক ৫৫,৫৪৬ ভোটৰ ব্যৱধানত পৰাস্ত কৰে বড়োৱে। চৰণ বডোৱে লাভ কৰে মুঠ ৮৪,৭১৮টা
অসমৰ প্ৰথম ফলাফলঃ মাজবাটত বিপিএফৰ প্ৰাৰ্থীৰ জয়


গুৱাহাটী, ০৪ মে’ (হি.স.)। মাজবাট-৪৭ বিধান সভা সমষ্টিত বিজেপি সমৰ্থিত বডোলেণ্ড পিপলছ ফ্ৰণ্টৰ প্ৰাৰ্থী চৰণ বড়োৱে জয়লাভ কৰিছে।

ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাৰ্থী প্ৰীতি ৰেখা বৰলাক ৫৫,৫৪৬ ভোটৰ ব্যৱধানত পৰাস্ত কৰে বড়োৱে। চৰণ বডোৱে লাভ কৰে মুঠ ৮৪,৭১৮টা ভোট।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande