ওদালগুৰি জিলাৰ ওৰাঙত অনুষ্ঠিত শ্ৰীমদ্ ভাগৱত মহাপুৰাণ সপ্তাহ জ্ঞান মহাযজ্ঞ
ওদালগুৰি, ০৩মে (হি.স.)। ওদালগুৰি জিলাৰ ওৰাঙত অনুষ্ঠিত হৈছে শ্ৰীমদ্ ভাগৱত মহাপুৰাণ সপ্তাহ জ্ঞান মহাযজ্ঞ | ওৰাং ভিচিডিচি প্রেক্ষাগৃহ প্ৰাংগনত ৭ দিনীয়াকৈ অনুষ্ঠিত ভাগৱত মহাপুৰাণ সপ্তাহ জ্ঞান মহাযজ্ঞ | ৩ মে''ৰ ১০ মে'' লৈ অনুষ্ঠিত হব জ্ঞান মহাযজ্ঞ |
Invalid email address
संपर्क करें
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001