আলফা(স্বাধীন) ত যোগদান কৰিবলৈ যোৱা তিনি যুৱকক আটক কৰিলে লিখাপানী আৰক্ষী
তিনিচুকিয়া, ২৯ মে (হি.স.)। আলফা(স্বাধীন) ত যোগদান কৰিবলৈ যোৱা তিনি যুৱকক আটক কৰিলে লিখাপানী আৰক্ষীয়ে। লিখাপানী আৰক্ষীয়ে এক গোপন তথ্যৰ আধাৰত তিনি যুৱকক আটক কৰে টিপঙৰ চলি অঞ্চলৰ পৰা। আটকাধীন যুৱক কেইজনক বৰ্তমান লিখাপানী আৰক্ষীৰ জিম্মাত ৰখাৰ উপৰিও অ
আলফা(স্বাধীন) ত যোগদান কৰিবলৈ যোৱা তিনি যুৱকক আটক কৰিলে লিখাপানী আৰক্ষী


তিনিচুকিয়া, ২৯ মে (হি.স.)। আলফা(স্বাধীন) ত যোগদান কৰিবলৈ যোৱা তিনি যুৱকক আটক কৰিলে লিখাপানী আৰক্ষীয়ে।

লিখাপানী আৰক্ষীয়ে এক গোপন তথ্যৰ আধাৰত তিনি যুৱকক আটক কৰে টিপঙৰ চলি অঞ্চলৰ পৰা।

আটকাধীন যুৱক কেইজনক বৰ্তমান লিখাপানী আৰক্ষীৰ জিম্মাত ৰখাৰ উপৰিও অধিক তথ্য লাভৰ বাবে জেৰা অব্যাহত ৰাখিছে লিখাপানী আৰক্ষীয়ে।

বৰ্তমান সময়ত আলফা(স্বা)ৰ যোগদান প্ৰক্ৰিয়া অব্যাহত থকা বিষয়টো ইয়াৰ দ্বাৰা স্পষ্ট হৈ পৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande